Uri jaai
21
views
Lyrics
লাহে লাহে বাঢ়ে হেঁপাহ মনৰ কলি মেলি ফুলে এপাহ উৰি উৰি গোটায় খেৰ-কুটা পক্ষীয়ে সাজে এটি বাহ লিখি লিখি বহীৰ পাতত উত্তৰ জীৱন গঢ়াৰ সেয়ে নেকি সফলতা কোৱা কোৱানা কোৱানা কোৱানা খোজে খোজে বাধা বাধা ভাঙি আহা চুমা সপোনৰ সীমনা যদি আছে আশা যদি আছে ভাষা চিঞৰি জগতক জনোৱা এটি শ্ৰেণী কোঠা জীৱন নামৰ প্ৰতি ভুলে শিকায় য'ত সৰু সৰু আশা আকুল প্ৰাণৰ তাৰ বাবে সময় তাকৰ লিখি লিখি বহীৰ পাতত উত্তৰ জীৱন গঢ়াৰ সেয়ে নেকি সফলতা কোৱা কোৱানা কোৱানা কোৱানা খোজে খোজে বাধা বাধা ভাঙি আহা চুমা সপোনৰ সীমনা যদি আছে আশা যদি আছে ভাষা চিঞৰি জগতক জনোৱা জানো জানো সময় নাহে দুনাই শিল হওঁ কাৰোবালৈ বাটে চায় অনুভূতি তলানলা বিচাৰি আঁত বিচাৰি পাগল উশাহ পাগল বুকু পাগল বতাহ কোৱানা কোৱানা কোৱানা কোৱানা কোৱানা
Audio Features
Song Details
- Duration
- 04:08
- Key
- 5
- Tempo
- 91 BPM